পৰিস্থিতি তন্ত্ৰ মানে কি বুজা?

Q: পৰিস্থিতি তন্ত্ৰ মানে কি বুজা?

Ans:  যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে।