পৰিৱেশ প্ৰদূষণ বুলিলে কি বুজা?

Q: পৰিৱেশ প্ৰদূষণ বুলিলে কি বুজা?

Ans: পৰিৱেশ প্ৰদূষণ মানে হৈছে বায়ু, পানী, মাটি আদি প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰত ক্ষতিকাৰক পদাৰ্থৰ মিশ্ৰণ যাৰ ফলত পৰিৱেশৰ গুণাগুণ নষ্ট হয় আৰু জীৱজগতৰ বাবে হানিকাৰক পৰিস্থিতি সৃষ্টি হয়।