উপভোক্তা কাক বোলে?

Q: উপভোক্তা কাক বোলে?

Ans: যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতক উপভোক্তা বোলা হয় ।